কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত কৌৰ বাদলৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত শিৰোমনি গুৰদ্বাৰ প্ৰৱন্ধক সমিতিৰ সদস্য আছিল।
প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ‘সেৱভোজ যোজনা’ৰ অধীনত গুৰদ্বাৰকে ধৰি গাতব্য ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা আগবঢ়োৱা লংগৰ আৰু প্ৰসাদৰ ক্ষেত্ৰত চিজিএছটি আৰু আইজিএছটিৰ কেন্দ্ৰীয় চৰকাৰ অংশ পুনৰ ঘুৰাই দিয়াৰ ব্যৱস্থা কৰা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলৰ সমস্যা সমাধানৰ বেলিকা গ্ৰহণ কৰা এলানি ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Social security cover up from 24% in 2019 to 64%: ILO report

Media Coverage

Social security cover up from 24% in 2019 to 64%: ILO report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2025
June 12, 2025

Building a Viksit Bharat with Innovation and Inclusion under the Leadership of PM Modi